এতিয়াই চাওক

6/recent/ticker-posts

Borgeet-compettion-2nd-round-result || BORGEET




বৰগীত প্ৰতিযোগিতাৰ দ্বিতীয় পৰ্যায়ৰ ফলাফল


তৃতীয় পৰ্যায়লৈ নিৰ্বাচিত উচ্চশাখাৰ প্ৰতিযোগী সকল


১)বুবুল হাজৰিকা
২) প্ৰস্ফুটি বৰুৱা
৩) প্ৰণৱ জ্যোতি দত্ত
৪)গৌৰৱ শৰ্মা
৫)শ্ৰাৱণা শৰ্মা
৬)অনিতা নেওগ
৭)জোনালী ৰায়
৮)চন্দনা প্ৰিয়দৰ্শিনী
৯)বনানী কৌশিক
১০)নিৰ্মালী শৰ্মা
১১) নয়ন জ্যোতি শইকীয়া
১২)সংগীতা হাজৰিকা
১৩)দিপশিখা ডেকা

তৃতীয় পৰ্যায়লৈ নিৰ্বাচিত নিম্ন শাখাৰ প্ৰতিযোগী সকল

১)সমীক্ষা চুতীয়া
২)কুমকুম পাচনী
৩)হৃতিস্মান দত্ত
৪)অত্ৰিনা পোড্ডাৰ
৫) প্ৰিয়দৰ্শিনী দেৱী
৬)ভায়লীনা ডেকা
৭)বৰষাশ্ৰী দাস
৮)অনামিকা নাথ
৯)কাত‌্যায়ী কৌশিক বৰুৱা
১০)আনমশিখা কলিতা
১১)ৰাজদীপ হাজৰিকা
১২) উদ্দিপ্ত দাস
১৩)ভায়লিনা বৰা
১৪)মৃগাংক্ষী বৰুৱা
১৫)অনুশ্ৰী ৰাজখোৱা
১৬)অলিম্পী শ্ৰেয়ম গগৈ
১৭) অলংকৃতা বৰুৱা
১৮) অভিজ্ঞান বৰা
১৯)পাৰ্থপ্ৰতিম হাজৰিকা
২০) শান্তনু বৰগোহাঁই
২১)বাৰ্বি বৰা
২২)ঈশিতা বেনাৰ্জী
২৩)চিৰজ্ঞাতা ৰাজখোৱা
২৪)নম‌্ৰতা ফুকন
২৫)ঈপ্সিতা বৰা

তৃতীয় পৰ্যায়লৈ নিৰ্বাচিত হোৱা উচ্চ আৰু নিম্ন শাখাৰ প্ৰতিজন প্ৰতিযোগীকে আমাৰ তৰফৰ পৰা অভিনন্দন জ্ঞাপন কৰিছোঁ।

নিয়মাৱলী

১)প্ৰতিযোগী সকলে মাৰ্জিত সাজ পোচাক পৰিধান কৰিব লাগিব।
২)খোল,তাল(নিজে বজাব লাগিব), তানপুৰা ব্যৱহাৰ কৰা বাধ্যতামূলক আৰু ইচ্ছা কৰিলে বাঁহী ব্যৱহাৰ কৰিব পাৰিব।
৩) বৰগীত সমূহ পৰিৱেশন কৰোঁতে ৰাগ,ধ্ৰুং আৰু পদৰ প্ৰথম চৰণ পৰিৱেশন কৰিলেই হ'ব।
৪) নিৰ্ধাৰণ কৰি দিয়া ৰাগহে ব্যৱহাৰ কৰিব পাৰিব।

নিম্ন শাখাৰ বাবে- আশোৱাৰী,গৌৰী,ধনশ্ৰী,ভাটিয়ালী ।

উচ্চ শাখাৰ বাবে- কল্যাণ,ভাটিয়ালী,আশোৱাৰী,বেলোৱাৰ ।

৫)ভিডিঅ' সমূহত প্ৰতিযোগীৰ লগতে বাদ্যযন্ত্ৰী সকলো থাকিব লাগিব।
৬) ভিডিঅ' সমূহ উন্নত মানদণ্ডৰ হোৱাৰ লগতে শব্দৰ মানদণ্ড উন্নত হ'ব লাগিব।

প্ৰয়োজনীয় তাৰিখ সমূহ
তৃতীয় পৰ্যায়ৰ বাবে বৰগীত প্ৰেৰণৰ শেষ তাৰিখ ২২ আগষ্ট। বৰগীত সমূহ অসমীয়া ভাওনা সংস্কৃতি ফেচবুক পেজত উপলদ্ধ হ'ব ২৭ আগষ্টত। তৃতীয় পৰ্যায়ৰ ফলাফল সমূহ ঘোষণা কৰা হ'ব ৩১ আগষ্টত।