এতিয়াই চাওক

6/recent/ticker-posts

বৰগীত প্ৰতিযোগিতাৰ ২য় পৰ্যায়ৰ নিয়মাৱলী




বৰগীত প্ৰতিযোগিতাৰ ২য় পৰ্যায়ৰ নিয়মাৱলী


১)ৰাগ পৰিৱেশন কৰাতো বাধ্যতামূলক।
২)বাদ্য যন্ত্ৰ পৰিৱেশন আৰু সাজ পোচাকৰ নিয়ম প্ৰথম পৰ্যায়ৰ সৈতে একেই থাকিব।
৩) বৰগীত সমূহ ১ জুলাইৰ পৰা ১২ জুলাইৰ ভিতৰত প্ৰেৰণ কৰিব লাগিব।
৪) ভিডিঅ' সমূহৰ মানদণ্ড উন্নত হোৱাৰ লগতে অডিঅ' সমূহ স্পষ্ট হ'ব লাগিব।
৫) সৰ্বোচ্চ সময়সীমা ৫ মিনিট।
৬)আমালৈ প্ৰেৰণ কৰা ভিডিঅ' সমূহ আন কোনো প্ৰতিযোগীতালৈ প্ৰেৰণ কৰিব নোৱাৰিব আৰু কোনো সামাজিক মাধ্যমত প্ৰচাৰ কৰিব নোৱাৰিব।
৭) ভিডিঅ' প্ৰেৰণৰ নাম্বাৰ- ৭৮৯৬৮৮২৭৫৪
৮) ভিডিঅ' সমূহ আবেলী তিনি বজাৰ পৰা সন্ধিয়া ৭ বজাৰ ভিতৰত প্ৰেৰণ কৰিব লাগিব।

         ধন্যবাদ