এতিয়াই চাওক

6/recent/ticker-posts

সাংস্কৃতিক প্ৰতিযোগিতা || Cultural compettion||


                                  সাংস্কৃতিক প্ৰতিযোগিতা



"সুপ্ত প্ৰতিভা" Facebook Page উদ্যোগত এখনি আধুনিক গীতৰ অনলাইন প্ৰতিযোগিতা অনুষ্ঠিত কৰা হৈছে । এই প্ৰতিযোগীতাত  অসমৰ যিকোনো প্ৰান্তৰ পৰা  প্ৰথম Round ৰ বাবে ৫ জুলাই'২০ ৰ পৰা ২০ জুলাই'২০ লৈকে Video সমুহ 8638643603  নম্বৰত নিয়মাৱলী সমুহ বজাই ৰাখি Whatsapp যোগে প্ৰেৰণ কৰিব পাৰিব । এই প্ৰতিযোগিতাৰ চুড়ান্ত বিজয়ী প্ৰতিযোগীলৈ আমাৰ পেজৰ ফালৰ পৰা এখনিকৈ প্ৰশংসা পত্ৰ, প্ৰাইজমানি প্ৰদান কৰা হ'ব ।


                                                          অধিক জানিবলৈ