ধিতাইপুখুৰী পূৰ্বৰংগ সাংস্কৃতিক গোষ্ঠীৰ উদ্যোগত বৃহত্তৰ বাকচুবাসী ৰাইজৰ আতিথ্যত
বেতবাৰী, শিলাকূটি, হাঁহচৰা আৰু বকতা মৌজাৰ ৰাইজৰ সহযোগত সদৌ অসম ভাওনা সমাৰোহ ২০২৫ আৰু শ্রীকৃষ্ণৰ ৰাসলীলা আয়োজন কৰিছে।
স্থান: বৃন্দাবন ক্ষেত্র বাকচু সৰুবিল খেলপথাৰ ধিতাইপুখুৰী, শিৱসাগৰ
সর্বমুঠ প্রাইজমণি ৪ লাখ ৫০ হাজাৰ ।
তাৰিখ : ৮ নৱেম্বৰৰ পৰা ১৫ নৱেম্বৰ ২০২৫ লৈ ।
অধিক জানিবৰ বাবে যোগাযোগ কৰক- ৮৮২২০৬৩৫৮৯, ৭০০২৪৮১৯৫১
এনেধৰণৰ খবৰ আমাৰ জৰিয়তে প্ৰচাৰ কৰিবলৈ যোগাযোগ কৰক- 7896882754
অসমীয়া ভাওনা সংস্কৃতি ৱেবছাইটত উপলব্ধ নাট সমূহ তলত দিয়া অংশৰ জৰিয়তে চাব পাৰিব।
আমি কালৰ সোঁতত হেৰাই যাব খোজা নাট সমূহ সংগ্ৰহৰ এক প্ৰচেষ্টা হাতত লৈছোঁ।যদি আপোনাৰ লগতো ভাওনাৰ নাট সংৰক্ষণ হৈ আছে আমাক জনাবলৈ নাপাহৰিব।
Also read about
হাফলুটিং বৰনামঘৰ|| Hfoluting BOR NAMGHAR || Shivsagar ||
0 Comments