এতিয়াই চাওক

6/recent/ticker-posts

প্ৰজ্ঞাবাৰিধি PUBLISHED|| cultural news ||




অসমীয়া তথা সংস্কৃত ভাষা সাহিত্যৰ অন্যতম মনীষী নাৰায়ণ চন্দ্ৰ গোস্বামীৰ কৰ্ম আদৰ্শক শ্ৰদ্ধা জনাই ৰাজ্যখনৰ বিভিন্ন গৰাকী বিদগ্ধ পণ্ডিত গৱেষকৰ লেখা সমৃদ্ধ অভিনন্দন গ্ৰন্থ "প্ৰজ্ঞাবাৰিধি শ্ৰীনাৰায়ণচন্দ্ৰগোস্বামী" শীৰ্ষক গ্ৰন্থ কালি ২২/৭/২০২০ তাৰিখে গুৱাহাটী নেমকেয়াৰ হস্পিতেল আৰু মাজুলী মহাবিদ্যালয়ত একে সময়তে উন্মোচন কৰা হয় , উন্মোচক হিচাপে উপস্থিত থাকে নেমকেয়াৰ হস্পিতেলৰ অধ্যক্ষ ডাঃহিতেশবৰুৱা তথা মাজুলীত ভোগপুৰ সত্ৰৰ সত্ৰাধিকাৰ দত্তদেৱগোস্বামী | সম্পাদক ডিম্বেশ্বৰ দত্তই সম্পাদনা কৰা গ্ৰন্থ খনত সত্ৰাধিকাৰ গৰাকীৰ জীৱন আৰু কৰ্মৰ বিষয়ে জানিৱ পাৰিব ||

Post a Comment

0 Comments